ইংৰাজী কেনেকৈ শিকে

From Antimoon Translation Project

আজিৰ দিনত কোটি কোটি মানুহে ইংৰাজী শিকিব বিচাৰে আৰু প্ৰায় কোনো ক্লাছত যোগদান কৰে। পিছে, তেনে ক্লাছ ইংৰাজী শিকাৰ বাবে ইমান শুবিধাজনক নহয়, আৰু বিশেষকৈ মধ্য পৰ্যায়ৰ পিছত অতি লেহেমীয়া ফলাফল দিয়ে। বহুজনে বছৰ বছৰ ধৰি শিকাৰ পিছতো অশেষ ভুল নকৰাকৈ ইংৰাজী ক'ব নোৱাৰে।

মোৰ বিশ্বাস, যদি আপুনি সচাকৈ ইংৰাজী শিকিব বিচাৰে, আপুনি কোনো শিক্ষকলৈ অপেক্ষা কৰিব নোৱাৰে। আপুনি নিজেই দায়িত্ব ল'ব লাগিব।

আপোনাক কি লাগে----

১) প্ৰেৰণা ২) অভিধান ৩) কোনো ভুল নকৰা ৪) উচ্চাৰণ ৫) ইনপুট ৬) এচআৰএচ

প্ৰায় শুধা প্ৰশ্ন এন্টিমুন আপুনাৰ বাবে হয়নে?