Assamese

From Antimoon Translation Project

এন্টিমুন এন্টিমুনৰ লক্ষ্য হ'ল ইংৰাজী ভাষা শিকিবলৈ ইচ্ছুক লোকৰ বাবে উৎসাহ আৰু সহায়ৰ এক উৎস হোৱা। পদ্ধতিটো ভাষাটোৰ উচ্চ স্তৰৰ জ্ঞান ৰখা মানুহৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত।

এই চাইটটোৱে সম্পূৰ্ণ বিশ্বৰ লোকক সহায় কৰিব বিচাৰে। প্ৰায়বোৰ লেখ ইংৰাজীত লিখিত (যি এক প্ৰায়বোৰ মানুহে বুজি পোৱা ভাষা)। কিছু লেখ স্বেচ্ছাসেৱীৰ দ্বাৰা অন্য ভাষালৈ অনুবাদ কৰা হৈছে। আপুনিও যদি সহায় কৰিব বিচাৰে, ইয়াত টিপক!

অসমীয়াত উপলব্ধ লেখedit

অসমীয়াত উপলব্ধ লেখৰ তালিকা চাবলৈ ইয়াত টিপক